(৪) মাধ্য়মিক শিক্ষা বুলিলে কি বুজা ? এই শিক্ষা জীৱনৰ কোনটো স্তৰত প্ৰদান কৰা হয় ?
(৪) মাধ্য়মিক শিক্ষা বুলিলে কি বুজা ? এই শিক্ষা জীৱনৰ কোনটো স্তৰত প্ৰদান কৰা হয় ?
ANS : মাধ্য়মিক শিক্ষা হল ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰস্তুতিৰ এক গুৰুত্ৱপুৰ্ণ শিক্ষা । এই শিক্ষা প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজৰচোৱা শিক্ষা । ছষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এই শিক্ষা চলি থাকে । ই এখন বিশেষ দলং স্বৰূপ যিয়ে প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজত সংযোগ স্থাপন কৰে ।
এই শিক্ষা কিশোৰ -কিশোৰী সকলক বয়স সন্ধি কালত দিয়া হয় । কিশোৰ -কিশোৰী সকলক ভৱিষ্য়তৰ বাবে প্ৰস্তুত কৰি তোলা এই শিক্ষাৰ মুল উদ্দেশ্য় ।
***

Comments
Post a Comment