(১) পৰিৱেশ বুলিলে কি বুজা  ?



Ans : পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে আগুৰি থকা জীৱ আৰু জড় বা জৈবিক আৰু অজৈবিক
সকলো পদাৰ্থৰ সমষ্টিয়েই হল পৰিৱেশ । পৰিৱেশৰ ইংৰাজী প্ৰতিশব্দ environment শব্দটো
ফৰাচী ভাষাৰ environ শব্দৰ পৰা আহিছে । ইয়াৰ অৰ্থ হৈছে আমাৰ চাৰিওফাল জৈবিক আৰু
 অজৈবিক  উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতি ।
***
uploaded by administrator